NIPHAT PHAT is a newly released Assamese song sung by ACHURJYA BORPATRA & PRIYANKA BHARALI and written by DR. LOHIT ROHIT. Today in this post we are going to share the song NIPHAT PHAT Lyrics in English and Assamese.
Song details
Song: NIPHAT PHAT
Singer – ACHURJYA BORPATRA & PRIYANKA BHARALI
Lyrics,Composer & Music – DR. LOHIT ROHIT
Language: Assamese
NIPHAT PHAT Lyrics in English
Read the complete lyrics in English language
Submit a Correction>>
More lyrics:
NIPHAT PHAT Lyrics in Assamese
Read the Lyrics in the Assamese language here
যোজনা
এ আকৌ কি নিফাত ফাট
এ বোলো দোকানৰ চেদাপাত
এ মনচেং মৰমে লগাই যাম ২
1.চ’তৰে খৰাঙত আকৌ কি নিফাত ফাট
খাল বিল শুকালে আকৌ কি নিফাত ফাট ২
এ সৰিল গছৰে পাতে কি নিফাত ফাট
দোকানৰ চেদাপাত
মৰমে লগাই যাম
মৰমে লগাই যাম মাত
2.ঐ ৰাম মনৰে কথাবোৰ আকৌ কি নিফাত ফাট
মনতে ঘূৰিলে আকৌ কি নিফাত ফাট ২
ক’বলে নাপালোঁ লগে কি নিফাত ফাট
দোকানৰ চেদাপাত
মৰমে লগাই যাম
মৰমে লগাই যাম মাত
3.বৰঘৰৰ মুধতে আকৌ কি নিফাত ফাট
ভঁৰালৰ টোপতে শুকালে আকৌ কি নিফাত ফাট 2
এ চৰাই ফুটোকলা খায়ে কি নিফাত ফাট
দোকানৰ চেদাপাত
মৰমে লগাই যাম #priyankabharali #zubeengarg
মৰমে লগাই যাম মাত
4.ঐ মোৰ জান’ মনতে আকৌ কি নিফাত ফাট
পৰে ঘনে ঘনে ঘনে আকৌ কি নিফাত ফাট ২
তোৰ জানো মনতে নপৰে নিফাত ফাট
দোকানৰ চেদাপাত
মৰমে লগাই যাম
মৰমে লগাই যাম মাত
Submit a Correction>>
Final words: We hope you like this Assamese song NIPHAT PHAT Lyrics in English by ACHURJYA BORPATRA & PRIYANKA BHARALI. Also, read NIPHAT PHAT lyrics in Assamese on the Bangla lyrics zone.