BHABI JUWAI is a newly released Assamese song sung by RAMEN DANAH and written by RAMEN DANAH, RIDIP RANKIT. Today in this post we are going to share the song BHABI JUWAI Lyrics in English and Assamese.
Song details
Song: BHABI JUWAI
Singer: RAMEN DANAH
Lyrics – Compose: RAMEN DANAH, RIDIP RANKIT
Music: UJJWAL AARONG
Language: Assamese
BHABI JUWAI Lyrics in English
Read the complete lyrics in English language
Submit a Correction>>
More lyrics:
BHABI JUWAI Lyrics in Assamese
Read the Lyrics in the Assamese language here
তুমি বৰুৱা গগৈ
কলিতা হালৈ
যি যিয়েবা নোহোৱা
মোৰ কাৰণে সেইটো নহয়
জৰুৰী কথা
তোমাৰ নামৰ পিছত
মোৰ উপাধি
লি লিখিবা কেতিয়া
নিদিওঁ তোমাক হবলৈ
আনৰ পাটীৰ তিৰোতা
জানিলে মোৰ কথা
তোমাৰ ঘৰত কেতিয়াবা
বুজি ডাঠী কৈ দিবা
অ’ জান কলিজা
ভাবী জোঁৱাই টো নহয়
স্বভাৱ-চৰিত্ৰ বেয়া
তুমি মই কোন দিনা
অ’ জান
দুটি মানুহ এটি হৈ যাম
ফেচবুকৰ প্রফাইলত
কেতিয়া নো
যুৰীয়া ফটো লগাম
ক’বানে ক’বানে
অ’ মোৰ জান
কেতিয়াকৈ পঢ়িব পাম
তোমাৰ হিয়াৰে টেবুলত
মৰম নামৰ অভিধান
জানিলে মোৰ কথা
কলিজা অ কলিজা
দেখাই শুনাই ভাল
নহ’ব পাৰোঁ মই ইমান
জনাই জানে নাই
ক’তো মোৰ একো বেয়া নাম
কলিজা অ কলিজা
নাপাবা আনক ভাল
তুমি জান নলবা আনৰ নাম
কলা চুলি বগা হোৱালৈ
তোমাকে ভাল পাম
জানিলে মোৰ কথা
Submit a Correction>>
Final words:
We hope you like this Assamese song BHABI JUWAI Lyrics in English by RAMEN DANAH. Also, read BHABI JUWAI lyrics in Assamese on the Bangla lyrics zone.