MOiNA Lyrics by MADHAB RANJAN

MOiNA is a newly released Assamese song sung by MADHAB RANJAN, BORSHA RANI SAIKIA and written by RAAG PARAG. Today in this post we are going to share the song MOiNA Lyrics in English and Assamese.

Song details

MOiNA Lyrics by MADHAB RANJAN

Singer: MADHAB RANJAN, BORSHA RANI SAIKIA

Lyrics – Compose: RAAG PARAG

Music: WASHIM AYAN

Language: Assamese

Listen to this song here

MOiNA Lyrics in English

Read the complete lyrics in English language

Submit a Correction>>

More lyrics:

MOiNA Lyrics in Assamese

Read the Lyrics in the Assamese language here

তোৰ ৰ’ঙা বগা দুগালত

এ মইনা চুমা আঁকি দিবৰ মন

আৰু নো তোৰ উশাহত

ডুবিবৰে মন

অ’ তোৰ ৰ’ঙা বগা দোগালত

এ মইনা চুমা আঁকি দিবৰ মন

আৰু নো তোৰ উশাহত

ডুবিবৰে মন

মৰম লাগে তোলৈয়ে চাই

ভাৱনাই খুলি খুলি খায়

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

মোৰ বুকুতে জান

ঢৌত উঠে যিটো বান

কোন হ’ব মোৰ সমান

তই কৰি ল’ উমান

অ’ তোৰ মিঠা অভিমান

কলিজা কৰে থান বান

বুকুত কিহৰে দৰদ

মই বুজি পোৱাই টান

মৰম লাগে তোলৈয়ে চাই

ভাৱনাই খুলি খুলি খায়

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

জাৰৰে ৰাতি জাননে তই

বুকুৰ উশাহবোৰো আমনি হয়

তোৰ প্ৰেমতে জান পৰিমে জয়

তোৰ প্ৰেমতে জান পৰিমে জয়

মৰম লাগে তোলৈয়ে চাই

ভাৱনাই খুলি খুলি খায়

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

যি তি আশা কৰিলো তোক

যৌৱনতে পাই

Submit a Correction>>

More lyrics:

Final words: We hope you like this Assamese song MOiNA Lyrics in English by MADHAB RANJAN, BORSHA RANI SAIKIA. Also, read MOiNA lyrics in Assamese on the Bangla lyrics zone.