Latest Assamese Riddles 2023 | অসমীয়া সাঁথৰ উত্তৰ

Riddles are famous in every corner of the world. Everyone likes to ask riddles. Our Assamese tradition also has some amazing riddles but it is sad that many people are forgetting such amazing and Funny Assamese riddles. These are called অসমীয়া সাঁথৰ উত্তৰ in Assamese. If you are also from Assam and looking for some traditional tricky Riddles in Assamese then we have got you covered because today in this post, we will share the latest Assamese Riddle with Answers.

So, without wasting any more time let’s get to our latest Assmaese Riddle and Answer collection of 2023. In this Assamese riddle collection, we have 50+ Assamese Riddles, tricky riddles in Assamese, the Best Riddles of Assam, and more.

30 New and Old Assamese Riddles

১) ই হওক সি হওক খালেই চুমা খাও কিহক ??

উত্তৰঃ- শামুক ।

Best Assamese riddles with Answers
Assamese riddle image 1

E Houk Hi houk, Khale Chuma Khaw Kihok?

ANS: Shamukh

……..

২) ঐ কি চাই আছা মোক? খাই পেলাম তোক, চাব আহিব মোক লৈ যাব তোক ।

উত্তৰঃ-চেপা

Q: Oi Ki Chai Asa Mok? Khai Pelam Tok, Chabo Ahibo Mok Loi Jabo Tok.

Ans: Chepa

……….

৩) ওপৰৰ পৰা পৰিল ধুম, ধুমে বুলে মোৰ গাটো শুং।

উত্তৰঃ- বেল

Q: Oporor Pora Poril Dhum, Dhume Bule Mor Gato Shung.

Ans: Bel

…….

৪) মাকে বৰশী বায়, পুতেকে সৰগ চায় ।

উত্তৰঃ- বাঁহ গছ আৰু বাঁহ গাজ ৷

Tricky Assamese Riddles and Answers
Assamese riddle image 2

Q: Make Boroshi Bay, Putek Horog Chai…

A: Bah Gos aru Bah gaj

………

৫) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি ।

উত্তৰঃ- নহৰু ৷

Q: Matir Tolor Boga Buri, Haj Pinde Kuri Kuri…

A: Nohoru

………..

৬) মামাহঁতৰ বাৰীত গ’লোঁ সোমাব পাৰিলোঁ ওলাব নোৱাৰিলোঁ ।

উত্তৰঃ- চেপা ।

Q: Mamahotor Barit Golo, Homabo Parilo Olabo Nowarilo…

A: Chepa

………….

৭) তিনিকোণীয়া মাজত খাল ঘাৰত ধৰি ঠেকেচি ঠেকেচি মাৰিব ভাল।

উত্তৰঃ- জাকৈ ।

Q: TiniKoniya Major Khal, Dharot Dhori Chekechi Chekechi Maribo BHal…

A: Jakoi

……………..

৮) জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে , সেই তৰকাৰি ঘৰে ঘৰে

উত্তৰঃ- বাঁহগছ ।

Q: Jonmo Obtare Murot Dhupi, Krishno Obotare Bhulai Gopi, Ram Obotare Rabon Bodhe, Hei Torkari Dhore Dhore…

A: Bah Gos

………………

৯) আই ঐ দেহী জহৰ মহৰ কি পোকৰ টিকাত পোহৰ ?

উত্তৰঃ- জোনাকী পৰুৱা।

Q: Ai Oi Dehi Jhor Mhor Ki Pokor Tikat Pohor?

A: Jonaki Poruwa.

Axomia Sathor Uttor collection
Assamese riddle image 3

………………..

১০) ওপৰত ছাটি তলত গুটি। তাক খাই আহিন কাতি ।

উত্তৰঃ- কচু ।

Q: Oporot Sati Tolot guti, tak khai ahin kati…

A: Kochu

………….

১১) গছ কাটিবলৈ গ’লো , হাতত কুঠাৰ লৈ , গছ আছে মৰি, ফল আছে ধৰি ?

উত্তৰঃ-কোমোৰা

Q: Gos Katiboloi golu, hatot kuthar loi, gos ase mri, fol ase dhori.

A: Komora

…………..

১২) লোহাৰত জনম , লোহাৰকে খায় — দহ দেশৰ লগত যুঁজিবলৈ যায় ?

উত্তৰঃ- বন্দুক

Q: Loharot Jonom, Loharke khai– Doh Deshr Logot Jujiboloi jay?

A: Bonduk

………………

১৩) পাত আছে ডাল নাই , কথা আছে মাত নাই ?

উত্তৰঃ- কিতাপ

Latest Assamese riddles hathor uttor 2023
Assamese riddle image 3

……………………..

১৪) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই – একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?

উত্তৰঃ- চকুযোৰ

……………….

১৫) শদিয়ালৈ নাযাবা, শত ফুল নাখাবা, এই খন চহৰত সুধি আহাঁগৈ , উপজিয়ে লৰ মাৰে কোন ?

উত্তৰঃ- জেঠী

Q: Shdiyaloi Najaba, Shoto Ful Nkhaba, Ei Khon Chohorot Hudi Ahagoi, Upojiye Lor Mare Kon?

A: Jethi

…………..

  1. হাতীৰ দাঁত, কদমৰ পাত ক’ব নোৱাৰিলে জানিম গোলামৰ জাত ।

উত্তৰঃ- বেঙেনা গছৰ পাত আৰু ফল

Q: Hatir Daat, Kodomr Paat, Kobo Nuwarile Janim Golamor Jaat.

A: Bengena Gosor Pat aru Fol

………

কাৰাক-কুৰুক কৰে, হেণ্ডচেক কৰিলে বমি কৰে ।

উত্তৰঃ দমকল

Q: Karak Kuruk Kore, Hend shake Korile Bomi Kore

A: Dom Kol

best funny Assamese Riddles
Assamese riddle image 4

……

জন্ম অৱতাৰে মূৰত টুপী,

কৃষ্ণ অৱতাৰে ভুলাই গোপী,

ৰাম অৱতাৰে ৰাৱণ বধে ,

সেই তৰকাৰি ঘৰে ঘৰে —

উত্তৰঃ বাঁহগছ

Q: Jonmo Obotare Murot Tupi

Krishno Obotare Bhulai Gopi

Ram Obotare Rabon Radhe

Hei Torkari Ghore Ghore

A: Bah Gos

……………………………..

News: Assam to get new permanent assembly building after 51

Tricky Riddles in Assamese | অসমীয়া সাঁথৰ উত্তৰ

সাঁথৰ – ১ Riddle-1

১)চাৰিখনকৈ ভৰি দুখন হাত ,আনক মই কোলাত লওঁ যিমানেই নহওঁক ভৰ৷

উঃ চকী

…….

২) ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকাব নোৱাৰি৷

উঃ জিভা

……..

৩) নদী আছে পানী নাই,ঘৰ আছে মানুহ নাই৷

উঃ মানচিত্ৰ

……..

৪) জলত জন্ম, স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ৷

উঃ নিমখ

…….

সংগ্ৰহ:

সাঁথৰ – ২ | Best Assamese Riddle Collection 2023

১) দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে৷

উঃ ঘড়ী

……..

২) বাঘ হেন জাপ মাৰে কুকুৰ হেন বহে৷

উঃ ভেকুলী

…..

৩) একঠেঙীয়া বগলী নিতৌ নাচে গধূলি৷

উঃ বিচনী

………

৪) হাবিত কাহে ওলাই নাহে ৷

উঃ কুঠাৰ

……….

৫) ঘৰৰ তলত ঘৰ তাতে পৰি মৰ৷

উঃ আঠুৱা৷

…………..

Final Words: We Hope you liked these Top Assamese Riddles (অসমীয়া সাঁথৰ উত্তৰ). These are the most tricky riddle with Answers. Please read and enjoy these latest Assamese Riddles and share them with your friends.

Read the latest song lyrics, movie updates, Jokes, riddles, and more on Bangla Lyric Zone.