Tumi Puwotir lyrics by Zubeen Garg

Tumi Puwotir is a newly released Assamese song on the YouTube channel Trisha Talukdar. The song was sung by Zubeen Garg and Trisha Talukdar. Today in this post we are going to share Tumi Puwotir lyrics in English and Assamese.

Before you get to our lyrics section, here are some details about the song Tumi Puwotir by Zubeen Garg.

Song details:

Tumi Puwotir lyrics by Zubeen Garg

Song – Tumi Puwotir

Singer – Zubeen garg & Trisha Talukdar

Lyrics – Biswajit Sarma

Composition – Kumaresh Kaushik

Category: Assamese song

Release date: Jun 9, 2023

Listen to the song here

Tumi Puwotir lyrics in English

Read lyrics in English language here

More lyrics:

Read Tumi Puwotir lyrics in Assamese

Read this lyrics in Assamese language

Female

তুমি পুৱতিৰ এজাক ৰ’দালি

তুমি সুৱদি তুমিয়েই পৃথিৱী

Male

তুমি হেপাঁহৰ এমুঠি সুৰভি

এন্ধাৰ ৰাতিৰো তুমিয়েই জোনাকী

Male

পলে পলে তুমি মোৰ হোৱানা প্ৰিয়া

ধিৰে ধিৰে(হলে হলে)আহি মোক ধৰা দিয়া

বুকু ভৰা মৰমেৰে…..

আদৰি লোৱানা……

দুদিনিয়া জীৱনতে……

ছায়া হোৱা……

Female

তুমি পুৱতিৰ এজাক ৰ’দালি

তুমি সুৱদি তুমিয়েই পৃথিৱী……

Music

Female

উকা হৃদয়ৰ বতৰা লবলে

আহিবা জানো তুমি??….

উজাগৰী আঘোণৰে

তুমি যেন মিঠা কুৱলী

Male

পলে পলে তুমি মোৰ হোৱানা প্ৰিয়া

হলে হলে আহি মোক ধৰা দিয়া

বুকু ভৰা মৰমেৰে…..

আদৰি লোৱানা……

দুদিনিয়া জীৱনতে……

ছায়া হোৱা……

Female

তুমি পুৱতিৰ এজাক ৰ’দালি

তুমি সুৱদি তুমিয়েই পৃথিৱী……

Music

Female

মায়া সনা সপোনৰ

পৰিধি ভাঙিলো ম‌ই‌‌ আজি

যাযাৱৰী জোনাক ৰাতি‌

বুকুতে‌ ৰোলাহি তুমি আহি

Male

পলে পলে তুমি মোৰ হোৱানা প্ৰিয়া

হলে হলে আহি মোক ধৰা দিয়া

বুকু ভৰা মৰমেৰে…..

আদৰি লোৱানা……

দুদিনিয়া জীৱনতে……

ছায়া হোৱা……

Male

তুমি পুৱতিৰ এজাক ৰ’দালি

তুমি সুৱদি তুমিয়েই পৃথিৱী……

More lyrics:

FAQ

Who wrote the song lyrics?

Biswajit Sarma wrote the lyrics of the song.

Who sang this song?

Zubeen garg & Trisha Talukdar sang this song.

Final words:

We hope you like this New Assamese song Tumi Puwotir lyrics in Assamese. Also read the lyrics in English language on Bangla lyrics Zone.

More lyrics:

Leave a Comment